আজি নিমাও-মাও ৰৱীন্দ্ৰনাথ, শৰত চন্দ্ৰৰ চহৰ

আজি নিমাও-মাও ৰৱীন্দ্ৰনাথ, শৰত চন্দ্ৰৰ চহৰ

আজি সঁচাকৈ নিমাও-মাও বিশ্বকবি ৰৱীন্দ্ৰনাথ, উপন্যাসিক শৰত চন্দ্ৰৰ,নৱেল বিজয়ী অমত্যৰ চহৰ কলিকতা। দেশৰ ভিতৰতেই অত্যাধিক ভীৰ থকা এই চহৰ কৰোণা ভাইৰাছৰ বাবে আজি নিস্তব্ধ। চলা নাই ট্ৰাম, চলাই পেড টেক্সি, চলাই মেট্ৰো ৰেল, চলা নাই মানুহে চলোলা টাঙ্গা। নীৰৱ আজি ৰৱীন্দ্ৰনাথ সেতু, নীৰৱ চায়েন্স চিটি, নীৰন ইক গাৰ্ডেন... মুঠৰ ওপৰত স্তব্ধ লংক ডাউনত এই মহানগৰী...