ইতিহাসৰ পাতত আজিৰ দিনটো –

ইতিহাসৰ পাতত আজিৰ দিনটো –
আজিৰ দিনটো

 

৯ মে গ্রেগৰীয় বর্ষপঞ্জী অনুসৰি বছৰৰ ১২৯সংখ্যক দিন। বছৰ শেষ হবলৈ আৰু ২৩৬ দিন বাকি আছে।

 

  • ১৫০২ - ক্রিস্টোফাৰ কলম্বাছে নিজৰ  চতুর্থ অভিযাত্রা আৰম্ভ কৰে।
  • ১৭৮৮ - ব্রিটেনের ক্রীতদাস প্রথা বিলোপৰ বাবে পার্লামেন্টত বিল পাচ হয়।
  • ১৮৭৪ - বোম্বেত প্রথম ঘোঁৰাই টনা ট্রাম আৰম্ভ হয়।
  • ১৯৫৫ – শীতল যুদ্ধ বা স্নায়ুযুদ্ধৰ সময়ত পশ্চিম জার্মানিয়ে নাটোত যোগদান কৰে আজিৰ এই দিনটোত।
  • ১৯৬০ - বিশ্বখাদ্য আৰু ড্রাগ প্রশাসন ঘোষণা কৰে যে জন্মনিয়ন্ত্রণৰ বাবে  বড়ি ব্যবহাৰ কৰা হব।
  • ১৯৬৭ - জাকিৰ হুচেইন ভাৰতৰ প্রথম মুসলিম ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হয়।
  • ১৯৯৭ - ৰাষ্ট্ৰসংঘেৰ নিষেধাজ্ঞা অমান্য কৰি লিবীয়ৰ নেতা গাদ্দাফিৰ নাইজেৰিয়া গমন।

১৮৬৬ - ভাৰতৰ স্বাধীনতা আন্দোলনৰ ৰাজনৈতিক নেতা আৰু বিশিষ্ট সমাজ সংস্কাৰক গোপাল কৃষ্ণ গোখলেৰ জন্ম (মৃ.১৯/০২/১৯১৫