১৪ মে' ২০২০, ইতিহাসৰ পাতত আজিৰ দিনটো

১৪ মে' ২০২০, ইতিহাসৰ পাতত আজিৰ দিনটো

১৩ মে' হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩তম (অধিবৰ্ষত ১৩৪তম) দিন। বছৰ শেষ হ'বলৈ ২৩২ দিন বাকী আছে

১৯৬২ চনৰ এই দিনটোত ডা: সর্বপল্লী ৰাধাকৃষ্ণাণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্রপতি হিচাপে শপত গ্ৰহণ কৰে।

১৯৬৭ - ভাৰতৰ প্রথম মুছলিম ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰে  ডঃ জাকিৰ হুচেইনে

১৬৪৮ চনত এই দিনটোতে মোগল সম্রাট শাহজাহানে দিল্লীত লালকিল্লা নির্মাণৰ কাম আৰম্ভ কৰিছিল।

১৮০৯ চনৰ এই দিনটোতে অস্ট্রিয়াৰ সেনাদলক পৰাভূত কৰি নেপোলিয়েনে ভিয়েনা দখল কৰে।

১৯০৫ - ফকৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম ৰাষ্ট্রপতিৰ জন্ম হয়। ।(মৃ.১১/০২/১৯৭৭)

২০০১ - আৰ.কে.নারায়ণ প্রখ্যাত ভাৰতীয় লেখকৰ মৃত্যু ।(জ.১০/১০/১৯০৬)

১৯৬১ - গেৰি কুপা মার্কিন চলচ্চিত্র অভিনেতাৰ মৃত্যু। (জ. ১৯০১

২০১৯ - ডৰিছ ডে, মার্কিন চলচ্চিত্র অভিনেত্রী আৰু সঙ্গীতশিল্পীৰ মৃত্যু। (জ. ১৯২২)