ব্রিটিশ প্রধানমন্ত্রী জনছন চিকিতসালয়লৈ

ব্রিটিশ প্রধানমন্ত্রী জনছন চিকিতসালয়লৈ

ব্রিটিশ প্রধানমন্ত্রী জনছন ভর্তি কৰা হলেও ব্রিটিছ চৰকাৰৰ প্রধান হিচাবে তেওঁ এতিয়াওঁ দায়িত্বত আছে বুলি নিশ্চিত কৰিছে ডাউনিং স্ট্রিটে, জনাইছে বার্তা সংস্থা ৰয়টাৰ্ছে।

যোৱা মাহত পৰীক্ষাত জনছনৰ দেহত কৰোনাভাইৰাছস চিনাক্ত হৈছিল। তাৰপিছৰ পৰা ডাউনিং স্ট্রিটেৰ বাসভবনত আইছোলেছনত আছিল তেওঁ কিন্তু ১০ দিন পাৰ হোৱাৰ পিছতো শৰীৰত জ্বৰ থকাত পৰীক্ষা বাবে তেওঁক হাসপাতালৈ ভর্তি কৰাৰ প্ৰয়োজন বুলি অনুভৱ কৰিছে ব্যক্তিগত চিকিৎসকে।

ইয়াৰিপছত জনছনক হাসপাতালত ভর্তি কৰা হয়, যাক পূর্ব সতর্কতামূলক পদক্ষেপবুলি দাবী কৰিছে ব্রিটিছ চৰকাৰে।  কোনখন হাসপাতালত ভর্তি কৰা হৌছে তাক প্রকাশ কৰা হোৱা নাই।

তেওঁক চিকিৎসকৰ পৰামর্শ অনুযায়ী আজি নিশা  পৰীক্ষাৰ বাবে প্রধানমন্ত্রীক হাসপাতালত ভর্তি কৰা হৈছে,” জনছনে ডাউনিং স্ট্রিটেৰ দপ্তৰৰ পৰা দিয়া বিবৃতিত কোৱা হৈছে।