মছজিদ-আল-হাৰাম মুকলি কৰিলে চৌদি চৰকাৰে

মছজিদ-আল-হাৰাম মুকলি কৰিলে চৌদি চৰকাৰে
চোদি আৰৱৰ সকলোতকৈ ডাঙৰ দুটা মছজিদ

অবশেষত মুকলি কৰি দিয়া হৈছে  চোদি আৰৱৰ সকলোতকৈ ডাঙৰ দুটা মছজিদ মক্কাৰ মছজিদ-আল-হাৰাম আৰু মদিনাৰ মছজিদ-আল-নববী। প্রায় এক মাহ ১০ দিন পিছত পুনৰ আৰৱৰ মুছলিম সমাজে  একেলগে নামাজ আদায় কৰিব। কৰোণাৰ সংক্রমণ হ্ৰাস কৰিবলৈ যোৱা  ২০ মার্চৰ পৰা  অনির্দিষ্টকালৰ বাবে এই মছজিদ দুটা বন্ধ কৰি দিছিল  চৌদি কর্তৃপক্ষই।