১৯ মে' ২০২০, ইতিহাসৰ পাতত আজিৰ দিনটো

১৯ মে' ২০২০, ইতিহাসৰ পাতত আজিৰ দিনটো

► আজি বিশ্ব প্রদাহজনক পেটৰ ৰোগ দিৱস (WORLD INFLAMMATORY BOWEL DISEASE DAY)
► টাটা আইৰন এণ্ড ষ্টীল কোম্পানীৰ (িটছকো) প্ৰতিষ্ঠাতা জামছেদজী এন টাটাৰ জন্ম হয় ১৯০৪ চনৰ আজিৰ দিনটোতে।
► ১৯৯৯ চনৰ আজিৰ দিনটোতে কাৰ্গিল আৰু ড্ৰাছত ৪০০ পাক অনুপ্ৰৱেশকাৰী সেনাকসীমান্তৰপৰা বহিষ্কৰণ কৰা হয়।
► ১৯১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ ষষ্ঠম ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰোড্ডীৰ জন্ম হয় ।
► ১৫৩৫ চনৰ আজিৰ দিনেটোত ব্যাভিচাৰ অভিযোগত অভিযুক্ত ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী কেথিৰনক শিৰেচ্ছেদ কৰা হয়।
► ১৮৯০ চনত ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা তথা উত্তৰ ভিয়েটনামৰ প্ৰথম ৰাষ্টপতি হো-চি-মিনৰ জন্ম।
► আজিৰ দিনটোতে ১৯৪০ চনত ৰাষ্ট্ৰীয় মিল নামৰ প্ৰসিদ্ধ শ্ৰমিক সংংগঠনটোৰ জন্ম হয়।
► মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয় ১৯৭১ চনৰ আজিৰ দিনেটোতে
► ২০০১ চনৰ আজিৰ দিনটোতে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে পৃথিৱী মাঝি কাৰ্যকালৰ সমাপ্তি ঘটে