২০ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো

২০ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো

► আজি বিশ্ব মাত্রাবিজ্ঞান দিৱস ► বিশ্ব মৌমখি দিৱস ► ১২৯৩ - জাপানৰ কামাকুৰাত ভূমিকম্পত ত্রিশ হাজাৰ লোকৰ মৃত্যু হয়। ► ১৪৯৮ - উত্তমাশা অন্তৰীপ অতিক্ৰম ভাস্কো দ্য গামাই দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিতি। ► ১৬০৯ - সেক্সপিয়াৰৰ ছনেট প্রথম প্রকাশিত হয় লন্ডনত। প্রকাশক আছিল থমাস থর্প। ► ১৯০২ - কিউবাই নিজকে এখন প্রজাতন্ত্র হিসাবে ঘোষণা কৰে। ► ১৯১০ - টোকিঅ চৰকাৰে কোৰীয় উপদ্বীপক জাপানৰ অংশ বুলি ঘোষণা কৰে। ► ১৯৮৩ - এইচআইভি ভাইৰাছ সম্পর্কত প্রথম প্রকাশিত হয় ছায়েন্স মেগাজিনত। ► ২০০৬ - চীনে বিশ্বৰ সর্ববৃহৎ জলবিদ্যুৎ কেন্দ্র প্রতিষ্ঠাৰ বাবে ঐতিহাসিক থ্রি গর্জেনছ বান্ধ (Three Gorges Dam) নির্মাণ সমাপ্ত কৰে। ইয়াৰ কাম আৰম্ভ হৈছিল ১৯৯৭ চনত। ► ১৫০৬ - ক্রিস্টোফাৰ কলম্বাছে, ইতালীত জন্মগ্রহনকাৰী নাবিক আৰু অভিযাত্রী জন্ম হয়।