২১ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো

২১ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো

► ২১ মে' হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪১তম (অধিবৰ্ষত ১৪২তম) দিন। বছৰ শেষ হ'বলৈ ২৪ দিন বাকী আছে ► আজি বিশ্ব সাংস্কৃতিক বৈচিত্র্ আৰু সংলাপ বিকাশৰ দিবস ► ১৯৫০ চনৰ আজিৰ দিনটোত, প্ৰথমগৰাকী অসমীয়া স্নাতক তথা আই. চি. এছ. বিষয়া আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। ► ১৯৯১ চনৰ আজিৰ দিনটোত ভাৰতৰ ষষ্ঠ গৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক আততায়ীয়ে হত্যা কৰিছিল। ► ফেডাৰেচন অফ্‌ ইণ্টাৰ্নেছনেল ফুটবল এছোচিয়েচন। ইং ১৯০৪ চনৰ ২১ মে’ত এই সংস্থাটো গঠন কৰা হয়। ► ১৯৬৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জয়ন্ত নাথৰ। ► ১৬৮৮ - আলেকজান্ডাৰ পোপ, ইংৰাজ কবি, প্রাবন্ধিক আৰু অনুবাদকৰ জন্ম হয়। (মৃ.৩০/০৫/১৭৪৪) ► ১৯২১ - আন্দ্রে শাখাৰভ, ছোভিয়েত ইউনিয়নৰ পৰমাণু বিজ্ঞানী, ভিন্নামতাবলম্বী আৰু মানবাধিকাৰ কর্মী, নোবেল বিজয়ী মনীষা গৰাকীৰ জন্ম হয়। (মৃ.১৪/১২/১৯৮৯) ► ১৯২৬ - ফ্রিড্‌ৰিছ ক্লুগে, জার্মান ভাষাবিজ্ঞানীজনৰ মৃত্যু হয়। ► ১৯৫২ - জন গাৰফিল্ড, মার্কিন অভিনেতা গৰাকীৰ মৃত্যু হয়। (জ. ১৯১৩)