৭ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম

৭ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম 

► তিমতিমীয়াত ল'কডাউনত অভাৱগ্ৰস্তক খাদ্য সামগ্ৰী প্ৰদান
► ভেনিজুৱেলাৰ প্ৰতি ট্ৰাম্প কু-দৃষ্টি
► সাংবাদিক দেৱজিত বৰাক আৰক্ষীৰ অভব্য ব্যৱহাৰ
► চোৱাইন ফিভাৰ সংক্ৰমন : আজিৰ তাৰিখত সুৰক্ষিত কাজিৰঙা
► ৰঙাঘৰলৈ বিতৰ্কিত অধ্যাপিকা ৰূপাৰাণী ভূঞা
► মিছেছ ইণ্ডিয়াৰ ফাইনেলত গহপুৰৰ শিক্ষয়িত্রী ছায়া গোস্বামী
► অন্ধ্র প্রদেশৰ বিশাখাপত্তনমৰ  কাৰখানাথ গেছ বিস্ফোৰণ
► ৪৮ কিমি. দৈৰ্ঘ্যৰ নিৰ্মীয়মান পথ তথা মথাউৰি কাম দ্ৰুত গতিত
► সুখবৰঃ চিনেমা হল, শ্বপিং মল মুকলি হব