আজিৰ শিৰোনাম || ২8/০৪/২০২০ ||

►বিশ্বত কমিব ধৰিছে কৰোণাৰ প্রাণহানিৰ সংখ্যা
► চীনৰ ত্ৰুটীপূৰ্ণ’ টেষ্ট কিট ভাৰ নিষিদ্ধ
►অৱেশষত মাজুলীত চলিল ফেৰী
►কৰোণাত সমগ্ৰ বিশ্বত ৯ লাখ লোক সুস্থ
►মুম্বাই আৰক্ষীৰ ১২ ঘন্টীয়া জেৰাৰ সন্মুখীন অৰ্ণৱ গোস্বামী
►সোৱণশিৰিৰ ভয়াবহ খহনীয়াৰ কবলত ২ কোটি ১৪ লাখ টকীয়া মথাউৰি বিধ্বস্ত
►শীঘ্ৰে ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল
►৫০ লাখ টকাৰ স্বাস্থ্য বীমা অসমৰ সাংবাদিকলৈ
►অসমৰ তিনি মেট্রিকটন পাচলি প্রেৰণ মণিপুৰলৈ