২১ মে' ২০২০ আজিৰ শিৰোনাম

২১ মে' ২০২০ আজিৰ শিৰোনাম

► ছুপাৰ ছাইক্ল’ন আমফানত ১২জনৰ মৃত্যু বঙাইগাঁৱত হাই এলাৰ্ট জাৰি, পানীৰ তলত কলকতা বিমান বন্দৰ
► কৰোণা যুঁজত বিজয় হবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীয়ে কৰিব লাগিব কঠোৰ সংগ্ৰাম-মুখ্যমন্ত্ৰী
► দিহিং - পাটকাইৰ প্ৰস্তাৱিত কয়লা খননস্থলীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাই,  হাতে হাতে ফেষ্টুন লৈ তীব্ৰ প্ৰতিবাদ
► আমফানৰ প্রভাৱঃ সমগ্ৰ অসমত পুৱাৰে পৰা মুষলধাৰ বৰষুণ
► ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে গেৰুৱা বসন পৰিধান নকৰে
► যোৰহাটত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন
► যোৰহাট জিলা বিজেপিৰ আদৰণীয় পদক্ষেপ
► মৰিয়নীত চৰকাৰী নিৰ্দেশনাক অমান্য কৰি চলাই আছে ব্যক্তিগত বিদ্যালয়ৰ
► গোলাঘাটত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ
► নেমকেয়াৰত চিকিৎসাধীন ৰোগীৰ দেহত কোৰোণা ভাইৰাছ
► কৃৰ্তি শিক্ষক প্ৰয়াত নিপুল বৰুৱাৰ স্মৃতিত 'প্রতিটি' ৰ দ্বাৰা বৰেণ্য ব্যক্তিক বঁটা প্ৰদান
► দিহিংপাটকাই অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰৰ শেন চকু পৰাত প্ৰতিক্ৰিয়া মৰিয়নীৰ বিধায়ক ,ৰূপজ্যোতি কুৰ্মীৰ
► ক’ভিডৰ বাবে সুকীয়াকৈ ক’ভিড শ্মশান আৰু কবৰস্থান স্থাপনৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ
► ক’ৰোনাৰ বিভীষিকাঃ বিশ্বত ৫০ লাখ ক’ৰোনা পজিটিভ