কৰ’না প্ৰতিৰোধৰ বাবে আৰোগ্য সেতু - Mobile APP

কৰ’না প্ৰতিৰোধৰ বাবে আৰোগ্য সেতু - Mobile APP

 ‘আৰোগ্য সেতু (Aarogya Setu’) হ’ল এটা বিশেষ ম’বাইল এপ। কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে এই বিশেষ ম’বাইল এপটো কেন্দ্ৰীয় চৰকাৰে চৰকাৰী আৰু ব্যক্তিগত অংশীদাৰিত্বত নিৰ্মাণ কৰি উলিয়াইছে৷

‘আৰোগ্য সেতু’ৱে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আঁতৰি থকাৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিব৷ এপটোৰ জৰিয়তে ভাইৰাছত আক্ৰান্ত লোকৰ সবিশেষ পোৱা যাব। আনহাতে আপোনাৰ শৰীৰত কৰ’নাৰ লক্ষণে দেখা দিছে নেকি সেই কথাও জানিব পাৰিব। সৰ্বমুঠ ১১ টা ভাষাত উপলব্ধ এপটোৱে কৰ’নাৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখনত এক নতুন মাত্ৰা দিব বুলি আশা কৰা হৈছে।

ডাউনল'দ কৰক

Android : 
https://play.google.com/store/apps/details?id=nic.goi.aarogyasetu

iOS : 
https://apps.apple.com/in/app/aarogyasetu/id1505825357