কৰোণাই যুঁজ দিবলৈ প্রস্তুত হৈছে ১০২ ভেকচিন: বিশ্ব স্বাস্থ্য সংস্থা

কৰোণাই যুঁজ দিবলৈ প্রস্তুত হৈছে ১০২ ভেকচিন: বিশ্ব স্বাস্থ্য সংস্থা
১০২ ভেকচিন

মহামাপী কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ  ১০২টা ভেকচিন  বা টিকা তৈয়াৰ কৰাৰ কাম আৰম্ভ হৈছে।ইয়াৰ ভিতৰত ৮টা  টিকা ক্লিনিকেল পৰীক্ষণৰ অনুমোদন লাভ কৰিছে। নিজা ৱেব চাইটত এই তথ্য সদৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

জানিব পৰা গৈছে, ক্লিনিকেল পৰীক্ষণৰ অনুমোদন পোৱা প্রতিষেধকৰ মাজত চাৰিটা চীনেৰ। তদুপৰি যুক্তৰাষ্ট্র আৰু আমেপিকাত একোটাকৈ প্রতিষেধক তৈয়াৰৰ কাম আৰম্ভ

হৈছে। জার্মানি আৰু ব্রিটিছ কোম্পানিয়ে যৌথভাবে অন্ এটা প্ৰতিষেধক প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।

কোভিড-১৯ ৰোগৰ সম্ভাব্য ভ্যাকছিন প্রথম মানবদেহত প্রয়োগ হৈছিল ১৬ মার্চত। সেয়া আছিল আমেৰিকান নেছলেল ইন্সটিটিউট অব হেলথ (এনআইএইচ) দ্বাৰা প্ৰস্তুত কৰা। ইয়াৰ বাহিৰে যুক্তৰাজ্যৰ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ গবেষকসকলে গত ২৩ এপ্রিলত এটা সম্ভাব্য প্রতিষেধকৰ ক্লিনিক্যাল পৰীক্ষা কৰিছিল মানৱৰ দেহত। আনহাতে  নতুনকৈ যুক্ত হৈছে চীনৰ আন এটা  প্রতিষেধক। গতিকে তাক মানবদেহত প্রয়োগ কৰা হৈছে নাই হয়েছে পৰিষ্কাৰ কৰিব পৰা নাই বিশ্ব স্বাস্থ্য সংস্থাই। অবশ্য অন্য ৭টা মানবদেহে প্রয়োগ কৰা হৈছে। গতিকে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ প্রতিষেধকলৈ অতি  আশাবাদী গবেষকসকল, তেওঁলোকৰ  আশা জুনত আহিব এই পৰীক্ষাৰ ফলাফল।