৫৪ বছৰ বয়সত ইহলীলা সম্বৰণ ইৰফান খানৰ
 
                            অভিনেতা ইৰফান খান আৰু নাই ।কালি হঠাৎত তেওঁৰ শাৰীৰিক অবস্থা বেয়া হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিছু বছৰৰ আগতে নিউৰোএন্ডোক্রিন টিউমাৰত আক্রান্ত হৈছিলে ইৰফান খান।তাৰ পিছত অভিনয় জগতৰ পৰা কিছু সময় নিলগলৈ গৈছিল তেওঁ।উল্লেখযোগ্য যে, যোৱা শনিবাৰৰ পিছবেলা বার্ধক্যজনিত অসুস্থতাৰ কাৰণেই মৃত্যু হৈছিল ইৰফানৰ মাতৃ ছইদা বেগমৰ । বোলছৱি পৰিচালত সুজিত চৰকাৰে ইৰফানৰ মৃত্যুৰ খবৰ স্পষ্ট কৰিছে। সমগ্ৰ দেশতে লগতে বলিউড়ত অভিনেতাজনৰ মৃত্যুৰ সংবাদে শোকৰ শোকৰ পেলাইছে।
 
                        


 AIIDESH NEWSDESK
                                    AIIDESH NEWSDESK                                 
                 
                 
                 
                 
                 
                 
                

 
         
         
         
         
         
        
 
         
 
 
         
         
         
         
         
         
         
         
 
         
         
         
 
 
         
         
         
         
								 
								 
								 
								 
								 
								 
								 
								 
								 
								
