বিনা মূল্যেই ব্যবহাৰ কৰিব পাৰিব গুগল মিট

বিনা মূল্যেই ব্যবহাৰ কৰিব পাৰিব  গুগল মিট
গুগল মিট

ভিডিও কলিং এপ জুম’-ৰ সৈতে প্রতিযোগিতাত টিকি থাকিবলৈ  গুগল মিটবিনামূল্যত ব্যবহাৰ কৰিবলৈ দিছে গুগলে। ইয়াৰ বাবে কোনো সমস্যাৰ সন্মুখীন হব নলাগে ব্যৱহাৰকাৰীসকলে, গুগল একাউন্ট কাৰ্যত প্ৰয়োগ কৰি ব্যবহাৰ কৰিব পৰা যাৱ ভিডিও কলিং এপটো। 

পর্যায়ক্রমে বিভিন্ন দেশত এই সুবিধা প্ৰদান কৰা হব।  বর্তমান কেবল গুগলৰ জি চ্যুট গ্রাহকসকলে প্রতি মাহে ছয় ডলাৰৰ বিনিময়ত ভিডিও কলিং এপটো ব্যবহাৰ কৰিব পাৰিব। কৰোণা সংক্রমণৰ কাৰণে মাত্র কেইমাহমানৰ  ব্যবধানত হঠাৎত সমগ্ৰ বিশ্বত জনপ্রিয়তা লাভ কৰিছে জুময়ে। ব্যবহারকাৰী যথেষ্ট বৃদ্ধি হৈছে আৰু সম্প্ৰতি প্রায় ২০ কোটি লোকে নিয়মিত এপটি ব্যবহাৰ কৰিছে। সেয়ে জনপ্রিয়তা উভতাই পাবলৈ কিছুদিন আগতে গুগল মিটাৰৰ স্ক্রিনত একলগে ১৬ জনৰ চেহেৰা প্রদর্শনৰ সমানে লো লাইট মোডআৰম্ভ কৰিছে গুগলে