কৰোণা ভাইৰাছ: এল ছালভাদৰৰ কাৰাগাৰত  সামাজিক দুৰত্ব বজায় ৰখাতো অসম্ভব

কৰোণা ভাইৰাছ: এল ছালভাদৰৰ কাৰাগাৰত  সামাজিক দুৰত্ব বজায় ৰখাতো অসম্ভব

 

দক্ষিণ আমেৰিকাত পৃথিবীৰ সকলোতকৈ সবচাইতে ভিৰ থকা আৰু  জনাকীর্ণ কিছু কাৰাগাৰ আছে। কোনো এটা সৰু কোঠাত ডজন ডজন কয়েদীক পান জপাৰ দৰে জাপি থোৱা হৈছে। সামাজিক দুৰত্ব বজায় থোৱাটো ইয়াত অসম্ভব। চিকিৎসা ব্যবস্থাও অপ্রতুল।

ইয়াৰ অৰ্থে হৈছে কৰোণা ভাইৰাছ যদি ইয়াত সংক্রমতি হয় তেনেহেল দাবানলৰ দৰে বিয়পি পৰিব। কাৰাবন্দী কয়েদীৰ বাবে  অতিৰিক্ত ব্যবস্থা লোৱাৰ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘই।  তেওঁলোকৰ পৰামর্শ - জনাকীর্ণ কাৰাগাৰৰ স্থান সংকুলন বঢ়াবলৈ কয়েদীকসকলক মুক্তি দিয়ক। চিলি, কলোম্বিয়া আৰু নিকাৰাগুয়াই ঘোষণা কৰিছে যে তেওঁলোকে হাজাৰ হাজাৰ কয়েদীক তেওঁলোকৰ নিজ গৃহতে বন্দী কৰি ৰাখিব। এইক্ষেত্রত অগ্রাধিকাৰ দিয়া হব বয়স্ক, গর্ভবতী আৰু অসুস্থসকলৰ।ব্রাজিলত ইয়াৰ মাজত ষাঠিউর্ধ্ব কয়েদীসকলক তেওঁলোকৰ ঘৰলৈ স্থানান্তৰ কৰি তেওঁলোকক গৃহবন্দীতলৈ পৰিণত কৰিবলৈ আৰম্ভ কৰিছে। পেৰুয়ে কৈছে তেওঁলোকে শংকিত  কয়েদীসকলৰ বাবে সাধাৰণ ক্ষমা ঘোষণাৰ পরৰিকল্পনা কৰিছে।কিন্তু আমেৰিকা পিছত  জনসংখ্যা অনুপাতে দ্বিতীয় সর্বোচ্চ কাৰাবন্দী অধ্যুষিত দেশখনে এই বিষয়ত কোনো এতিয়া পর্যন্ত কোনো পদক্ষেপই লোৱা নাই। এল সালভাদত দশকৰ পিছত দশক ধৰি গেং সহিংসতা তুলনাত চেষ্টা কৰি ব্যৰ্থ হৈ পৰিছে । ইয়াৰে কিছু ৰেহৰূপ

এল সালাভদরের চালাটেনাঙ্গো কারাগারের একদল বন্দী তাদের হ্যামকে শুয়ে আছে। ছবিটি ২০১৮ সালের ৭ই নভেম্বরে তোলা।

 

এল সালভাদরের ইলেপাঙ্গো মহিলা কারাগার। নভেম্বর ৬, ২০১৮।সান সালভাদরের বার্তোলিনাস পেলিসিয়েলস ডে লুরডেস-এর বন্দীশালায় ট্যাটু-খচিত একদল গ্যাং সদস্য। ছবিটি তোলা হয়েছে ২০১৯ সালের ২৮শে সেপ্টেম্বর।

"ইয়ো ক্যামবিও" কর্মসূচীতে যোগ দেয়া একদল বন্দী। ছবিটি ২০১৮ সালের ৫ই নভেম্বর তোলা।