লকডাউনত গোপনে মন পৰকীয়াত! বিবাহ বহির্ভূত ডেটিং এপৰ সদস্য বাঢ়িল ১০ লাখ...

লকডাউনত গোপনে মন পৰকীয়াত! বিবাহ বহির্ভূত ডেটিং এপৰ সদস্য বাঢ়িল ১০ লাখ...

দীর্ঘদিন ধৰি ঘৰতেবন্দি হৈ থাকি থাকি আহিছে মানসিক হতাশা, ক্লান্তি। বাঢ়িছে গার্হস্থ্য হিংসা। ইমান ক্ষণ ঘৰতে থকা বা পৰিয়ালক লগত সময় অতিবাহিত কৰাটো ইয়াৰ আগতে অভ্যস্ত নাছিল কোনো। লকডাউনত বিশ্ব জুৰি তুঙ্গত  আছিল কন্ডমৰ চাহিদা। আৰু এতিয়া  পোৱা গৈছে লোক দৃষ্টিত পৰকীয়া। বহু মাহৰ আগতে সমগ্ৰ দেশত ১০ লাখ ইউজাৰ বাঢ়িছে এক্সট্রা মেৰিটাল ডেটিং এপ গ্লেডেনত। একমাত্র মার্চ আৰু এপ্রিলত ১৬৬ শতাংশ নতুন ব্যবহাৰকাৰী আহিছে এই এপত। গতিকে এই ব্যবহাৰকাৰীৰ অধিকাংশই মহিলা। এনেধৰণে চলি থাকিলে আৰু কিছুদিনৰ ভিতৰত পিছ ইউৰোপক। এই মহিলাৰ অধিকাংশই বেঙ্গালুৰু, মুম্বাই, কলকাতা, দিল্লী, পুনে, হায়দৰাবাদৰ বাসিন্দা। প্রত্যেকেই উচ্চশিক্ষিত আৰু সম্মাননীয় পদত কর্মৰত। তেওঁলোক যাতে এই এপত কোনো ধৰণৰ  সমস্যাত পৰিব লগা নহয় সেইদিশত সর্বদা নজৰ ৰাখিছে  সংস্থাই। সংস্থাৰ তৰফৰ জানোৱা হৈছে, তেওঁলোকে মহিলাসকলৰ প্ৰতি  কিছু প্রশ্ন পঠাইছে। সেইক্ষেত্ৰত মহিলাসকলে জনাইছে ছেক্ল সম্পৰ্কত জনাইছে গুৰুত্বপূর্ণ অংশ। সম্পর্ক টিকি থকাত ছেক্স অথবা ছেক্সেৱল চাটৰ প্রয়োজন আছে। আনহাতে এতিয়া সকেলা  ভার্চুয়াল এফেয়ারে মগ্ন। ফলত ছেক্স চাট তেওঁলোকৰ বাবে অপৰাধ নহয়। বৰঞ্চ ৱর্ক ফ্রম হোমৰ পিছত  ক্লান্তি দূৰ কৰিবলৈ এই সকলো এপক বাচি লৈছে। ইয়াৰ লগতে ৪৮.১ শতাংশ মহিলা জনাই একেলগে  দুটা প্রেম সম্ভব। এটা ভার্চুয়াল আৰু আনটো সঁচা সম্পর্ক।