২০ মে' ২০২০ আজিৰ শিৰোনাম

২০ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো


► অষ্টম খন কোভিদ বিশেষ ৰাজধানী ৰেল মৰিয়নীত
► গছপুলি ৰোপনৰ দ্বাৰা বিশ্বক চমক দিছে পাকিস্তানে
► অৱৰুদ্ধ শ্ৰমিকৰ ক্ষেত্ৰত ছিকিম চৰকাৰে প্ৰদৰ্শন কৰিছে মানৱতাৰ উচ্চতম নিদেৰ্শন
► বালিচাপৰিৰ ধ্ৰুৱই দেখুৱাইছে কৃষিকৰ্মত নতুন আৰ্দশ
► নৰেন্দ্ৰ মোডীৰ ভুলৰ বাবে অসমত কৰুণাৰ সংক্ৰমণ, কোনো আলফা আক্ৰান্ত হোৱা নাই কৰোণাত
► তৈলক্ষেত্ৰ বহিৰাগতক অৰ্পণৰ ষড়যন্ত্ৰৰ আলফাৰ বিৰোধীতা, বিৰোধীতা ছাত্ৰৰো
► যোৰহাটত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুর্ঘইটনা
► মৰিয়নীত আৰক্ষীক মেনেজ কৰি গুটখাৰ মুকলি বজাৰ
► দেশত ২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা
► ৰাজ্যত টোলগেটৰ অবৈধ অৰ্থ সংগ্ৰহ আৰম্ভ
► বিহপুৰীয়া কাচিকটাত পশুধনৰ ভেকচিন প্ৰদান
► কৰ্দয্যময় পৰিবেশত দেউৰী স্বায়ত্ব পৰিষদৰ কাৰ্যালয়
► উত্তৰ গুৱাহাটীৰ ৰহঢলা অঞ্চল কণ্টেইনমেণ্ট জ’ন ঘোষণা
► ১ জুনৰ পৰা চলিব ৰে'ল, অচিৰেই আৰম্ভ হ’ব অনলাইন টিকট বুকিং