কৰোনা ভাইৰাছৰ প্ৰভাৱত ৪০ কোটি ভাৰতীয় শ্রমিক দাৰিদ্ৰতাত বিধ্বস্ত

কৰোনা ভাইৰাছৰ প্ৰভাৱত ৪০ কোটি ভাৰতীয় শ্রমিক দাৰিদ্ৰতাত বিধ্বস্ত
ভাৰতীয় শ্রমিক

অসংগঠিত ক্ষেত্রত কর্মৰত ৪০ কোটি ভাৰতীয় শ্রমিক এই কৰোনা ভাইৰাছৰ প্রকোপত  একেবাৰে দাৰিদ্রতাৰ গভীৰতাত বিধ্বস্ত হৈ পৰিছে বুলি ইন্টাৰনেছনেল লেবাৰ অর্গানাইজেছন (আইএলও) এইদৰে প্ৰকাশ কৰছে নিজৰ প্ৰতিবেদনত। এই প্রতিবেদনত কৈছে, কোভিড-১৯ অতি মহামাৰীৰ আৰু তাৰ প্ৰেকাপত  লকডাউনৰ কাৰণে গোটেই বিশ্বত ২.৭ বিলিয়ান শ্রমিকৰ আর্থিক জীবনত প্রভাব পৰিব। কৰোনা ভাইৰাছ ইতিমধ্যেই ৪০ কোটি অসংগঠিত ক্ষেত্রৰ ভাৰতীয় শ্রমিকৰ ওপৰত প্ৰভাৱ পৰিছে।