ঘৰত ঠাই নাই, গছত কোৰান্টিইন ৭ যুবকৰ

ঘৰত ঠাই  নাই, গছত কোৰান্টিইন ৭ যুবকৰ
গছত কোৰান্টিইন ৭ যুবকৰ

প্রাণঘাতী মহামাৰী কৰোনাৰ প্রকোপত লকডাউন হৌ গৈছে বিশ্বৰ অধিকাংশ দেশ আৰু অঞ্চল। গৃহবন্দী হৌ পৰিছে ৩০০ কোটিৰো অধিক লোক।অনেকেই আইছোলেশন আৰু  কোৰান্টিইনত আছে। যি সকল বাহিৰত  ত্ওঁলোকৰ বাবে ১৪ দিনৰ হোম কোৰান্টিইনত থকাটো বাধ্যতামূলক। গতিকে বিপাকে পৰিছে দৰিদ্র আৰু নিম্ন আয়ৰ শ্রমজীবী মানুহ তাদের ঘৰত কোৰান্টিইনত থকাৰ দৰে ঘৰ কত ? বাধ্য হৈ গাছৰ ডালত কোৰান্টিইনত আছে পশ্চিমবঙ্গৰ পুৰুলিয়াৰ ৭ যুবক! পেটৰ তাড়নাত  ভিন্ন ৰাজ্যত কাম কৰিছিল এই  ৭ যুবকে।। কিন্তু ঘৰত এিতয়া ঠাই নাই, ১৪ দিনৰকোৰান্টিইনত থাকিব কত? সোয়ে  ৭ জনে ঘৰৰ কাষৰ  গাছৰ ডালত আঠুৱা বান্ধি কোৰান্টিইন চেন্টার নিৰ্মাণ কৰিলে। অর্থাৎ হোম কোৰান্টিইনৰ বদলি স্বাস্থ্যবিধি মানি 'ট্রি কোৰান্টিইন' কৰিছে। অযোধ্যা পাহাডৰ সংলগ্ন জঙ্গলমহলৰ ৭ যুবকৰ নজিৰবিহীন এই উদ্যোগক প্ৰশংসা কৰিছে  প্রশাসনিক কর্মকর্তাসকলে। তোওঁলোকৰ মতে, 'যেতিয়া মানুহে নিয়ম মানিবলৈ নিবিচাৰে, কোৰান্টিইনত থকাৰ ভয়ত  পলাই  তেতিয়া এয়া এক অনন্য নজিৰ।' গতিকে সোনকালে তেওঁলোকক চৰকাৰী কোৰান্টিইনত থকাৰ সুব্যবস্থা কৰি দিব বুলি আশ্বাস দিছে প্রশাসনে। জানিব পৰী গৈছে, কর্মসূত্রে কেইমাহমানৰ আগতেচেন্নাই গৈছিল বলৰামপুৰ ব্লকৰ গেঁড়ুযা অঞ্চলৰ ভাঙিডি গাৱৰ এই ৭ যুবক।