ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ, উপকৃত ১৪ লাখ কৰদাতা
                            এতিয়া কৰোনাভাইৰাছৰ বাবে অৱৰুদ্ধ জনজীৱন বিপাকত পৰিছে বহু লোক। তেওঁলোকৰ অসুবিধাৰ কথা চিন্তা কৰি পাঁচ লক্ষ টকা পর্যন্ত সমস্ত উলমি থকা আয়কৰৰ ৰিফান্ড দ্রুত উভতাৰ ব্যবস্থা কৰিছে চৰকাৰে। আয়কৰৰ বিভাগীয় টুইটাৰত ঘোষণা কৰিছে, আয়কৰ বিভাগৰ ব্যক্তিগত আৰু ব্যবসায়িক প্রতিষ্ঠানৰ সমূহৰ অনাদায় ঝপাঁচ লক্ষ টকা পর্যন্ত ৰিফান্ড অবিলম্বে উভতাই দিয়াৰ ব্যবস্থা কৰা হৈছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
