গ্ৰাহক নাই তিনি লক্ষ যৌন কর্মীৰ বিপদ

গ্ৰাহক নাই তিনি লক্ষ যৌন কর্মীৰ বিপদ
যৌন কর্মীৰ বিপদ

মহামাৰীত জীবিকা ক্ষেত্রত গভীৰ সংকটত পৰিছে, সুদূৰ দক্ষিণ পূব এছিয়াৰ দেশ থাইলেন্ডৰ যৌন কর্মীসকল। কৰোণা ভাইৰাছৰ বাবে বিশ্বৰ বিভিন্ন দেশবোৰত আন্তর্জাতিক পৰিবহন আপাতত স্থগিত হৈ পৰিছে। তেনেকৈ থাইলেন্ডৰ নাগৰিকসকলৰ ক্ষেত্রত একেই নিয়ম বাহাল আছে।

ফলত সপোনৰ দৰে সুন্দৰ এই দেশত যেনেকৈ বিদেশী পর্যটক শূন্য হৈ পৰিছে। তেনেকৈ কৰোনা যুঁজত সাধাৰণ নাগৰিকসকল।  বাহিৰলৈ ওলোৱাত বাধা দিছে বেরোতে থাইলেন্ডৰ ৰজাই।এই অবস্থাত নিমাওমাও থাইলেন্ডৰ ৰাজপথৰ পৰা আৰম্ভ কৰি হোটেল, বাৰ, ৰেস্তোৰা সকলো মানবহীন। মাথো সেয়াই নহয়,  ব্যাপক প্রভাব পৰিছে  পতিতালয়বোৰত। যাৰ বাবে গ্ৰাহক  শূন্য যৌন কর্মীসকলে মাথো পেটক তাড়নাত পথত নামি । খাদ্য সংকটত ভুগিছে প্রায় তিনি লক্ষ যৌনকর্মী।