অচিনাকী ব্যক্তিৰ প্ৰবেশ নিষেধ

Assam Lockdown

অচিনাকী ব্যক্তিৰ প্ৰবেশ নিষেধ

নাজিৰা ঘৰফলীয়া গাঁওৰ কালিবাৰী পথটো অচিনাকী ব্যক্তিৰ প্ৰবেশ নিষেধ কৰি লক ডাওনৰ প্ৰতি সহাৰি জনাই আজি ৰাইজে বন্ধ কৰি দিয়ে।