২৪০ কিলোমিটাৰ বেগত চুপাৰ ছাইক্লোন

২৪০ কিলোমিটাৰ বেগত চুপাৰ ছাইক্লোন
চুপাৰ ছাইক্লোন
২৪০ কিলোমিটাৰ বেগত চুপাৰ ছাইক্লোন

 কৰোনা ভাইৰাছৰ ধুমুহাত  অবৰুদ্ধ প্রায় সমগ্ৰ পৃথিবী। মাজতে আহিল দুৰন্ত ছাইক্লোন। তছনছ কৰি দিলে ঘৰ-বাৰী সমগ্ৰ চহৰ। বুধবাৰে প্রশান্ত মহাসাগৰীয় ধুমুহাত ফিজিত। মূলত ফিজিৰ ছলমন আৰু ভানুতু দ্বীপত ধ্বংসলীলা চলাইছে এই ধুমুহাই। ইয়াৰ গতিবেগ আছিল ঘণ্টাত ২৪০ কিলোমিটাৰ।