১৪ মে' ২০২০, আজিৰ শিৰোনাম

১৩ মে' ২০২০, আজিৰ শিৰোনাম

► ৰাজ্যত ৮৬ জনলৈ কৰোণা আক্ৰান্ত বৃদ্ধি, ৭জন নতুনকৈ পজিটিভ চিনাক্ত, মুম্বাইৰ পৰা বাচেৰে আহিছিল লোককেইজন
► সকলো সাধাৰণ ৰেল পৰিসেৱা বন্ধ ৩০ জুনলৈকে, চলি থাকিব সকলো বিশেষ ট্রেন আৰু শ্রমিক এক্সপ্রেছ ► ৩ দিনৰ বাবে গুৱাহাটীৰ ফাঁচীবজাৰ বন্ধ, অত্যৱশ্যকীয় সামগ্ৰীৰ অনাটনৰ সম্ভাৱনা
► এপ্রিলৰ পৰা আৰম্ভ হ’ব ২০২১ ৰ শিক্ষাবর্ষ
► স্পেইনত আইছ’লেচন ৰুমত থাকিয়ে ক’ৰোনাক জয় কৰিলে ১১৩ বছৰীয়া বৃদ্ধাই.
► স্বাস্থ্যখণ্ডলৈ আশাৰ বতৰা : আয়ুর্বেদিক ঔষধে প্রতিৰোধ কৰিব ক’ৰোনা ভাইৰাছ
► ১৫হাজাৰ টকাৰ কম দৰমহা পোৱাসকলৰ ইপিএফ আগষ্ট মাহলৈকে কেন্দ্ৰই প্ৰদান কৰিব
► শোণিতপুৰত ধুমুহাৰ তাণ্ডৱলীলা
► ১৮ মে’ৰ পৰা ধর্মঘটত বহিব চাফাই কর্মীৰ
► উবেৰৰ নতুন সেৱা ‘উবেৰ কানেক্ট’ মুকলি
► ইংলেণ্ডত ভাৰতীয় চিকিৎসকৰ মৃত্যু
► পল্টনবজাৰৰ ৰে’লৱে কলনী ছীল কৰি দিলে প্ৰশাসনে