৪৮ কিমি. দৈৰ্ঘ্যৰ নিৰ্মীয়মান পথ তথা মথাউৰি কাম দ্ৰুত গতিত

৪৮ কিমি. দৈৰ্ঘ্যৰ নিৰ্মীয়মান পথ তথা মথাউৰি কাম দ্ৰুত গতিত

অসমৰ বানপানী আৰু গৰাখহনীয়া প্ৰৱণ এলেকাসমূহত ৰাইজৰ সুৰক্ষাৰ বাবে চৰকাৰে সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিছে। কামৰূপ (গ্ৰাম্য) জিলাৰ আঠগাঁও অঞ্চলত উপস্থিত হৈ পুঠিমাৰী নৈৰ সমীপত নিৰ্মীয়মান পথ তথা মথাউৰি (Road-cum-Embankment) প্ৰকল্প পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ মুখ্যমন্ত্ৰীয়ে বুজ লয়। ৪৮ কিমি. দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৰ গুণগত মানৰ ওপৰত গুৰুত্ব দি শীঘ্ৰে সমাপ্ত কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।

'ভিড-১৯ৰ সমান্তৰালভাৱে সম্ভাৱ্য বান পৰিস্থিতি আৰু গৰাখহনীয়াৰ মোকাবিলা কৰিবলৈও চৰকাৰৰ 'টীম অসম' সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰ্ মুখ্যমন্ত্ৰীয়ে।