আচৰিত! বিবাহৰ ৯ বছৰৰ পিছত নিজৰ স্বামীৰ বিষয়ে ছানী লিয়নীয়ে কিয় কৰিলে এনে মন্তব্য!

আচৰিত! বিবাহৰ ৯ বছৰৰ পিছত নিজৰ স্বামীৰ বিষয়ে ছানী লিয়নীয়ে কিয় কৰিলে এনে মন্তব্য!
স্বামীৰ বিষয়ে ছানী লিয়নীয়ে কৰিলে মন্তব্য!

বলীউডৰ অন্যতম সুখী দম্পতিৰ ভিতৰত অন্যতম ছানী লিয়নী আৰু ডেনিয়েল ৱেবাৰ। দুয়োৰে চিনাকী হোৱাৰ ১২ বছৰ হ’ল। ৯ বছৰ পূৰ্বেই বিবাহ পাশত আবদ্ধ হৈছিল দুয়োগৰাকী। এতিয়া তিনিটা সন্তানৰ পিতৃ–মাতৃ ছানী আৰু ডেনিয়েল। কিন্তু কিদৰে প্ৰথমবাৰ ছানী লিয়নীয়ে লগ পাইছিল ডেনিয়েল ৱেবাৰক? এতিয়া ছানী লিয়নীয়ে এটা বিশেষ সাক্ষাৎকাৰত এই সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য। ইংৰাজী ৱেবচাইট পিংকবিলাত দিয়া এক সাক্ষাৎকাৰত ছানী লিয়নীয়ে কয় যে, ‘মই মোৰ গাৰ্ল ফ্ৰেণ্ডৰ সৈতে তেতিয়া ল’ছ বেগাছত আছিলো। মই ডেনিয়েলৰ বেণ্ড মেটক লগ কৰিবলৈ Mandalay Bay লৈ গৈ আছিলো''মই ডেনিয়েলৰ বেণ্ড মেটৰ সৈতে ডেটত যাবলৈ গৈছিলো। কিন্তু ডেনিয়েলে মোক সেই ক্ষেত্ৰত বাধা দিছিল। ডেনিয়েলে ভাবিছিল যে, মই সমকামী আছিলো। কাৰণ মই যিগৰাকী বান্ধৱীৰ লগত আছিলো তাই সমকামী আছিল।কিন্তু পিছত ডেনিয়েলক মই লগ পাই থাকিলো। এদিন মোক ডেনিয়েলেই বিবাহৰ প্ৰস্তাৱ দিলে।আচলতে বিবাহৰ পিছতহে ডেনিয়েলে জানিলে যে, মই সমকামী নহয়। কিন্তু ভুল ধাৰণাৰ মাজতেই আমাৰ বিয়াখন হৈ গ’ল।