আজিৰ শিৰোনাম || ২ মে' ২০২০ ||

 

► ক্ষতিগ্ৰস্ত হোৱা কৃষকক সকাহ দিয়াৰ বাবে মন্ত্ৰী অতুল বৰাৰ পদেক্ষপ
► যোৰহাট গোসাঁই ঠেকেলা গাঁৱত বনৰজা পিঞ্জিৰাৱদ্ধ
► আধাৰ কৰ্মচাৰীৰ ১৫ মাহে নাই দৰমহা
► গ্ৰীণ জ’নত আজিৰ পৰা সুৰাৰ বিপণী খুলিবলৈ অনুমতি প্ৰদান
► সীমান্তত বাজিছে ৰণশিঙা, দুজন ভাৰতীয় সৈন্য শ্বহীদ
► তলাবন্ধৰ বাবে আবদ্ধ হৈ পৰা লোকৰ বাবে বিশেষ ৰে’ল সেৱা
► এপ্রিল মাহত এখনো গাড়ী বিক্রী নহ’ল মাৰুতিৰ
► লকডাউনৰ ফলত সংকটত ক্ষুদ্র চাহ খেতিয়ক
► ৰঙ-তুলিকাৰে কৰুণাৰ মাজত আশাৰ সন্ধানত শিল্পীৰ