১৭ মে' ২০২০, আজিৰ শিৰোনাম

১৭ মে' ২০২০, আজিৰ শিৰোনাম

► নৰেন্দ্র মোদীৰ সবল নেতৃত্বঃ কেন্দ্রত এনডিএ চৰকাৰৰ ৬ বছৰ সম্পূর্ণ
► গুৱাহটীত কোৰোণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ
► সমগ্ৰ ৰাজ্যত সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ
► ইতিবাচক ভৱিষ্যতৰ বাবে সুপৰিকল্পিত আৰ্থিক পদক্ষেপ-মুখ্যমন্ত্ৰী
► মথুৰাপুৰৰ চলাপথাৰত লুৰিণ-জুবিন-বিপিন সোণাৰু প্ৰকল্প
► অসমত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৯৬জনলৈ বৃদ্ধি
► ভাৰতত আৰোগ্যৰ হাৰ ৩৫ শতাংশলৈ বৃদ্ধি; মৃত্যুৰ হাৰ ৩.২ %
► জম্মু–কাশ্মীৰত লস্কৰ–ই তৈবাৰ ৫ সন্ত্রাসবাদীক গ্রেপ্তাৰ
► নুমলীগড়ৰ বিহৰা  চাহ বাগিছাত অচিনাকী প্ৰাণীৰ বিচৰণ 
► নেদাৰলেণ্ডছত কুকুৰ–মেকুৰীৰ গাত ক’ভিড–১৯
► ভূপালত তবলিগী জামাতৰে সম্পর্কিত মুঠ ৬৫ জন বিদেশী নাগৰিকক গ্রেপ্তাৰ