ছুপাৰ ছাইক্ল’ন আমফান, মূষলধাৰ বৰষুণত বুৰিল কলকাতা বিমানবন্দৰ

ছুপাৰ ছাইক্ল’ন আমফান, মূষলধাৰ বৰষুণত বুৰিল কলকাতা বিমানবন্দৰ

ছুপাৰ ছাইক্ল’ন আমফানে বিধ্বস্ত পশ্চিম বংগৰ জনজীৱন। ঘূৰ্ণী বতাহ আৰু মূষলধাৰ বৰষুণৰ বাবে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা।মূষলধাৰ বৰষুণত বুৰ গ’ল কলকাতা বিমানবন্দৰ।বতাহত ভাগি পৰিল বিমানবন্দৰটোৰ হেংগাৰ।