হাতী মানুহৰ সংঘাতৰ পটভুমিত গাওঁৰক্ষী বাহিনীৰ মাজত আৰণ্যকৰ টৰ্চ লাইট বিতৰণ :

হাতী মানুহৰ সংঘাতৰ পটভুমিত গাওঁৰক্ষী বাহিনীৰ মাজত আৰণ্যকৰ টৰ্চ লাইট বিতৰণ  :
Aiidesh photo

Aiidesh News  :  22 October  : 

        ব্ৰহ্মপুত্ৰ নদী দ্বীপ মাজুলীৰ লগতে যোৰহাট জিলা জাঁজীমূখতো হাতী মানুহৰ সংঘাত আছে ৷ ধানে গেৰ ধৰিবলৈ লোৱাৰ সময়ত হাতীয়ে নষ্ট কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জাঁজীমুখৰ গাওঁ সমুহৰ গাওঁৰক্ষী বাহিনীৰ মাজত উত্তৰ পুৰ্বাঞ্চলৰ অগ্ৰনী প্ৰকৃতি সংগঠন আৰণ্যকে সজাগতা সৃষ্টিৰ লগতে টৰ্চ লাইট বিতৰণ কৰে ৷

শুক্ৰবাৰৰ দিনা জাঁজীমুখৰ সামুহিক গৃহত আৰন্যকৰ দ্বাৰা আয়োজিত এই সজাগতা অনুষ্ঠানত জাঁজীমুখ অঞ্চলৰ ১৫ খন গাওঁৰ গাওঁৰক্ষী বাহিনীৰ মুঠ ৫০ গৰাকী প্ৰতিনিধি উপস্থিত থাকে ৷ আৰণ্যকৰ জেষ্ঠ সমন্বয়ক নিৰঞ্জন ভুঞাই আঁত ধৰা এই অনুষ্ঠানত গাওঁৰক্ষী বাহিনীৰ সভাপতি সম্পাদকৰ লগতে চক্ৰ সংগঠক মাধৱ দাস উপস্থিত থাকে ৷ অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত চক্ৰ সংগঠক মাধৱ দাসে হাতী মানুহৰ  সংঘাত নিয়ন্ত্ৰনৰ বাবে আৰণ্যকে কৰা কাৰ্যৰ লগতে টৰ্চ লাইট বিতৰণ কাৰ্যক প্ৰশংসা কৰে ৷ নৈপৰীয়া জাঁজীমুখ অঞ্চলত হাতীৰ মুখৰ পৰা পথাৰৰ শস্য ৰক্ষা কৰাৰ বাবে এই টৰ্চ লাইট বোৰ বহু সহায়ক হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷

*********