কৰোনাভাইৰাছ: যি গৰাকী নাৰীয়ে প্রথম আৱিষ্কাৰ কৰিছিল...

কৰোনাভাইৰাছ: যি গৰাকী নাৰীয়ে প্রথম আৱিষ্কাৰ কৰিছিল...

ৰুবুল মাইবেলাঃ মানৱ শৰীত কৰোণা ভাইৰাছৰ  অস্তিত্ব যি গৰাকী নাৰীয়ে প্রথমবাৰ আবিষ্কাৰ কৰিছিল, তেওঁ আছিল স্কটলেন্ডপ এজন বাচ চালকৰ কন্যা, যি ১৬ বছৰ বয়সত স্কুলত পঢ়ি থকাৰ অৱস্থাত ইয়াক আৱিষ্কাৰ কৰিছিল।

কোভিড-১৯ এক নতুন ধৰণৰ ভাইৰাছ, গতিকে এয়া কৰোনাভাইৰাছৰ এটা প্রজাতি। ১৯৬৪ চনত লন্ডনৰ চেন্ট থমাস হাচপাতালের গবেষণাগাৰত প্রথম কৰোনাভাইৰাছ চিনাক্ত কৰিছিল ড. আলমেইডা। ১৯৩০ চনত জুন হার্টত জন্মগ্রহণ কৰিছিল এই ভাইৰোলজিস্ট তথা গ্লাছগোৰ আলেজান্দ্রা পার্কৰ ওচৰৰ টেনেমেন্ট এলাকাত ডাঙৰ-দীঘল হৈছিল । আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্রত তেওঁ বিশেষ পঢ়া-শুনা কৰাৰ সুযোগ পোৱা নাছিল যাৰ বাবে প্ৰাথমিক পৰ্যায়তে শিক্ষা সমাপ্ত কৰিছিল। গতিকে গ্লাছগো ৰয়েল ইনফার্মাৰিত হিস্টোপ্যাথলজিত গবেষণাগাৰত কর্মী হিচাপে তেওঁৰ কৰ্ম জীৱন আৰম্ভ হয়।

পৰবর্তী সময়ত  পেশাগত জীবনত উন্নতি কৰাৰ বাবে লন্ডনলৈ যায়। ১৯৫৪ চনত তেওঁ  এনৰিক আলমেইডাক বিয়া কৰে, যি এগৰাকী ভেনেজুয়েলান শিল্পী।

সাধাৰণ ঠাণ্ডা গবেষণা

চিকিৎসা বিষয়ক লেখক জর্জ উইন্টাৰৰ তথ্য অনুযায়ী, এই দম্পতি আৰু তেওঁলোকৰ কন্যা  কানাডাৰ টৰেন্টোলৈ  যায়।তাত তেওঁ অন্টাৰিও কেন্সাৰ ইন্সটিটিউটত ড. আলমেইডা একটি ইলেকট্রনিক মাইক্রোস্কোপলৈ নিজৰ অসামান্য দক্ষতাৰ বহিঃপ্রকাশ ঘটায়।

তেওঁ এনে এক পদ্ধতিৰ সূচনা কৰিছিল যাক এন্টিবডি সংহত কৰাৰ মাধ্যমেৰ্ ভাইৰাছবোৰ অধিক পৰিষ্কাৰভাবে দেখা পোৱাতো সম্ভব হয়।

১৯৬৪ চনত তেওঁক  লন্ডনৰ চেন্ট থমাছ চিকিতসালয় মেডিকেল কলেজত কাম কৰাৰ বাবে আমন্ত্ৰণ কৰি যুক্তৰাজ্যৈ উভতাই অনা হয়। (কোভিড-১৯ আক্রান্ত হোৱাৰ পিছতেই এই হাসপাতালেই প্রধানমন্ত্রী বৰিছ জনছনকে চিকিৎসা কৰা হৈছিল।)উভতি অহাৰ পিছত তেওঁ  ডক্টৰ ডেভিড টাইৰলৰ লগত কাম আৰম্ভ কৰে, যি উল্টছেয়াৰৰ ছালসবিউৰিত সাধাৰণ ঠাণ্ডালৈ গবেষণা কৰিছিল।