অনন্তধামলৈ জেমস বন্ড নায়িকা অনৰ ব্লেকমেন

অনন্তধামলৈ জেমস বন্ড নায়িকা অনৰ ব্লেকমেন
নায়িকা অনৰ ব্লেকমেন

হলিউডত এতিয়া এজনৰ পিছত আনজনৰ  কৰোনাত আক্রান্ত।  তাৰ মাজতে  এইবাৰ মৃত্যু  হল জেমস বন্ডৰ নায়িকা অনৰ ব্ল্যাকম্যান। তেওঁ বয়স হৈছিল ৯৪ বছৰ। গতিকে জানিব পৰা গৈছে, কৰোনাত আক্রান্ত হৈ নহয় বয়সজনিত কাৰণত তেওঁৰ মৃত্যু হৈছে। নিজৰ ঘৰতেই শেষ নিঃশ্বাস ত্যাগ কৰে তেওঁ।  মৃত্যুতে শোক প্রকাশ কৰিছে হলিউডৰ বহু তাৰকাই।