বলিউডৰ অভিনেত্রীৰ প্ৰিয় গাড়ী

বলিউডৰ অভিনেত্রীৰ  প্ৰিয় গাড়ী

কৰোনাভাইৰাছৰ ধুমুহাত বিশ্ব অর্থনীতি বিপর্যস্ত হোৱাৰ পথত। বৰ্তমান সমগ্ৰ  ভাৰতত চলিছে লকডাউন। লকডাউনত বিলাসীতা কম হোৱা নাই বলিউডৰ তাৰকাৰ। যদিও তাৰাকাই গৃহবন্দি জীবনযাপন কৰিছে।  এই কঠিন সময়ত বিনোদন জগতৰ কিছু বিলাসিতাৰ খবৰ  পোৱা গৈছে ।   নতুন প্রজন্মৰ অভিনেত্রীসকলে অবশ্য কেবল নিজৰ চলচ্চিত্রৰ চৰিত্রকলৈ ব্যস্ত হৌ থকা নাই , পছন্দৰ গাড়ীৰ বিষয়ত যথেষ্ট চমক প্ৰদৰ্শন কৰিছে অভিনেত্রীসকলে। আলিয়া ভাট সুন্দৰী, চঞ্চল, স্টাইলিছ তথা সু - অভিনেত্রী বুলিলেই মনলৈ আহে আলিয়া ভাটৰ নাম। পৰিচালক, প্রযোজক আৰু চিত্রনাট্যকাৰ মহেশ ভাটেৰ কন্যাই এখনৰ িপছত আনখন বিশাল ব্লকবাস্টাৰ চলচ্চিত্র উপহাৰ দিছে। কৰণ জোহৰৰ ‘স্টুডেন্ট অফ দ্য ইয়েৰ' মাজেৰে অভিনয়ৰ সূচনা আলিয়াৰ। বহুমুখী এই অভিনেত্রীৰ ওচৰত  অডিওকিউ৭, ৰেঞ্জ ৰোভাৰ ভোগ আর বিএমডিব্লিও৭-চিৰিজৰ গাড়ী আছে। তাপসী পান্নু তাপসী পান্নু নিঃসন্দেহে দক্ষ অভিনেত্রী। এক দশক আগতে এখন তেলেগু চলচ্চিত্রৰ মাজেদি  অভিনয় জীবনৰ সূচনা কৰিছিল। বলিউডে তাপসীৰ পৰিচিতি স্থাপন কৰে অমিতাভ বচ্চনৰ লগত অভিনীত ‘পিঙ্ক' চলচ্চিত্রখনৰ দ্বাৰা। ‘থাপ্পড়' অভিনেত্রীৰ মাৰছিডিজ বেঞ্চ জিএলই-এৰ মালিক, শুটিং আৰু অনুষ্ঠানত এই গাড়ীলৈ যায়।