৬ মে' ২০২০, দুপৰীয়াৰ শিৰোনাম

৬ মে' ২০২০, দুপৰীয়াৰ শিৰোনাম

► প্ৰতিলিটাৰ পেট্ৰ’লত ১০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি
► পি এম কিষাণ আঁচনিৰ দুৰ্নীতি ১৫ মে ভিতৰত তদন্ত
► খাদ্য সংকট বিশ্বত দুগুণ হোৱাৰ সম্ভাৱনা আছে
► মৃত্যুলৈ কেন্দ্রীয় ছাইটত হঠাৎ কো-মর্বিডিটিৰ উল্লেখ
► আশী শতাংশলৈ হ্রাস পৰিভ্রমী পক্ষীৰ সংখ্যা