১২ মে' ২০২০, আজিৰ শিৰোনাম

TODAYS #HEADLINES #ASSAM #NEWS #AIIDESH 

 

► আজি বিশ্ব ধাত্ৰী দিবস
► আহি পালে জুবিন, নিশা উপস্থিত হ’ল সৰুসজাইত, থাকিব কোৱাৰেণ্টাইনত
► দেশত ক’ৰোনাত আক্রান্তৰ সংখ্যা ৭০ হাজাৰলৈ বৃদ্ধি
► ভাৰতক প্রশংসা ‘হু’ৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনৰ
► ইউৰোপ–আমেৰিকাতকৈ ভয়াৱহ হ’ব ভাৰতৰ পৰিস্থিতি
► পুনৰ ছীল কৰি দিয়া হৈছে গুৱাহাটীৰ দুটা অঞ্চল
► চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰোধিতা
► নিশা টীয়কত পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য/স্বামীয়ে হত্যা কৰা সন্দেহ
► মূল্যবৃদ্ধিৰ অভিযোগ দাখিলৰ বাবে শিৱসাগৰ প্ৰশাসনৰ ফোন নম্বৰ মুকলি