এইবাৰ যোৰহাটত যুগ্ম অযুগ্ম

এইবাৰ যোৰহাটত যুগ্ম অযুগ্ম

গুৱাহাটী মহানগৰীৰ পিছত যোৰহাটত যান বাহন চলাচলত নতুন নিয়ম অনুসৰি দুচকীয়া বাহনৰ লগতে সকলো ধৰনৰ ব্যক্তিগত আৰু বাণিজ্যিক বাহন যি সমূহৰ শেষৰ নম্বৰ অযুগ্ম অৰ্থাৎ ১,,,,৯ সেই সমূহ সোম বাৰ , বুধ বাৰ আৰু শুক্ৰবাৰে চলাচল কৰিব পাৰিব| আনহাতে শেষৰ নম্বৰ যি সমূহৰ যুগ্ম অৰ্থাৎ ০, ,,,৮ সেই সমূহ মঙ্গল, বৃহস্পতি আৰু শণি বাৰে চলাচল কৰিব পাৰিব| দেওবাৰে কোনো ধৰণৰ বাধ্যবাধকতা নাথাকিব| অৱশ্যে জৰুৰীকালীন সেৱাৰ গাড়ী সমূহ এই নিয়মৰ বাহিৰত থাকিব বুলি প্ৰশাসনে এক নিৰ্দেশ যোগে জানিব দিছে।