দুৰ্যোগৰ এই কঠিন সময়ত নিজ দায়িত্ব পালন সদৌ অসম ছাত্ৰ সন্থা ৰ কৰ্মীৰ

দুৰ্যোগৰ এই কঠিন সময়ত নিজ দায়িত্ব পালন সদৌ অসম ছাত্ৰ সন্থা ৰ কৰ্মীৰ
সদৌ অসম ছাত্ৰ সন্থা ৰ কৰ্মীৰ দায়িত্ব পালন

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সহ সম্পাদক পৰাগ দত্ত আৰু নাজিৰা মহকুমা ছাত্র সন্থাৰ সভাপতি মানৱ হাজৰিকাৰ নেতৃত্বত শিমলুগুৰিৰ আছুৰ সদস্য সকলে আজি দৰিকিয়াল,মাউৎগাওঁ,ভোটৰবাৰী,লুণপুৰীয়া, ৰজাবাৰী,গোমুঠা,ৰামুগাওঁ আৰু গড়মূৰত চেণিটাইজাৰৰ ব্যৱস্থা কৰাৰ সমান্তৰাল কৈ প্ৰায় ১০০ পৰিয়াললৈ আগবঢ়াই প্ৰয়োজনীয় খাদ্য সামগ্ৰী।