পুৰুষৰ সমানে পৰ্ণগ্ৰাফীয়ে প্ৰভাৱিত কৰে মহিলাকো

পুৰুষৰ সমানে পৰ্ণগ্ৰাফীয়ে প্ৰভাৱিত কৰে মহিলাকো

পৰ্ণগ্ৰাফীৰ প্ৰতি যে কেৱল পুৰুষসকলহে আসক্ত বা পৰ্ণগ্ৰাফীয়ে মহিলাতকৈ বেছি পুৰুষকহে উত্তেজিত কৰি তোলে, সেই পুৰণি ধাৰণাৰ অৱসান ঘটিছে বৰ্তমান। শেহতীয়াভাৱে এক গৱেষণাই এই তথ্য পোহৰলৈ আনিছে। নতুন এই গৱেষণাত কোৱা হৈছে যে, পুৰুষৰ দৰে মহিলাকো পৰ্ণগ্ৰাফীয়ে প্ৰভাৱান্বিত কৰে।

জাৰ্মানীৰ গৱেষণা প্ৰতিষ্ঠান এ মেক্স প্লেংক ইন্সটিটিউট ফৰ বায়’লজিকেল ছাইবাৰনেটিক্সৰ হামিত নুৰী এই সিদ্ধান্তত অৱতীৰ্ণ হৈছে। শতাধিক মহিলা আৰু পুৰুষৰ মাজত গৱেষণা চলাই এই সিদ্ধান্তত অৱতীৰ্ণ হৈছে গৱেষকসকল।