স্বপৰিয়ালে কৰোনাত আক্রান্ত বলিউডৰ অভিনেতা

স্বপৰিয়ালে কৰোনাত আক্রান্ত বলিউডৰ অভিনেতা
কৰোনাত আক্রান্ত বলিউডৰ অভিনেতা

বলিউডত এতিয়া কৰোনাভাইৰাছ। অভিনেতা পূৰব কোহলিয়ে ইনস্টাগ্রাম পোস্টৰ মাধ্যমেৰে জনালে যে, তেওঁ কৰোনাত আক্রান্ত। তেওঁ অকলশৰে নহয় । অভিনেতাৰ পৰিয়ালো এই মৰণ ভাইৰাছত আক্রান্ত।