অভিযানত সেনাৰ সাফল্য, নিকেছ জইছ কামান্ডাৰ কাৰায়ত্ত

অভিযানত সেনাৰ সাফল্য, নিকেছ জইছ কামান্ডাৰ কাৰায়ত্ত
নিকেছ জইছ কামান্ডাৰ কাৰায়ত্ত

ভাৰতীয় সেনাৰ হাতত নিকেছ জইছ-ই-মহম্মদৰ কামান্ডাৰ। নর্থ কাশ্মীৰ ৰেঞ্জেৰ ডিআইজি চুলেমান চৌধুয়ে সংবাদ সংস্থাক জনাইছে-সোপাৰৰ গুলাবাদ এলাকাত ২২ ৰাষ্ট্রীয় পুলিচ, চুপাৰ পুলিচ আৰু ১৭৯ সেন্ট্রাল ৰিজার্ভ পুলিচে  একলগে এই অভিযান চলাই সেনাই উগ্ৰপন্থীৰ ঘাটিৰ  এটা একে ৰাইফেল, ৩ একে মেগাজিন আৰু ৫৯ ৰাউন্ড গুলী উদ্ধাৰ কৰিছে। মঙ্গলবাৰৰ পৰা উক্ত এলাকাত উগ্ৰপন্থীয়ে আত্মগোপন কৰা বুলি খবৰ লাভ কৰিছিল। দীর্ঘ ১৪ ঘন্টা উগ্ৰপন্থীৰ অৱৰুদ্ধৰ পাচত উগ্ৰপন্থীৰ কামাণ্ডাৰ ধৰা পৰে।