কৰোণাত সমগ্ৰ বিশ্বত ৯ লাখ লোক সুস্থ
                            সমগ্ৰবিশ্বত কৰোণাত আক্রান্ত আৰু মৃত্যুৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিছে। ইয়াভিতৰত চীন, নিউজিল্যান্ড, অস্ট্রেলিয়া, বেলজিয়াম, উত্তৰ কোৰিয়াসহ বহু দেশত কৰোণাৰ বিস্তাৰত নিয়ন্ত্রণত পোৱা গৈছে। এইদেশবোৰত আক্রান্ত আৰু মৃত্যুৰ সংখ্যা শূন্য ঘৰত। বিভিন্ন দেশত আক্রান্ত ৰোগীসকল সুস্থ হৌ উঠিছে। সমগ্ৰবিশ্বত ৩০ লাখ ৬৪ হাজাৰ ১৬১ জন কৰোণাত আক্রান্ত হৈছে। ইয়াৰ ভিতৰত দুই লাখ ১১ হাজাৰ ৫৩৪ জনৰ মৃত্যু হৈছে। লগতে সুস্থ হৈছে ৯ লাখ ২২ হাজাৰ ৩৬৯ জন
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
