যুক্তৰাষ্ট্রৰ যুক্তৰাজ্যত ৰেকর্ড মৃত্যু, কমিছে স্পেনত
                            কৰোনাত আক্রান্ত হৈ যুক্তৰষ্ট্র আৰু যুক্তৰাজ্যত মৃত্যুৰ সংখ্যা বাঢ়িছে এতিয়ালৈকে তিনি লাখৰ অধিক লোক আক্রান্ত হৈছে। ইয়াৰ মাজত নিহতৰ সংখ্যা বৃদ্ধি হৈছে আঠ হাজাৰলৈ। লগতে তিনি হাজারৰ৫৬৫ জন ৰ মৃত্যু হাছে একমাত্ৰ নিউৱার্কত । সর্বশেষত এটা দিনত দেশখনত এক হাজাৰ ৩২৮ জনৰ মাজত নিউ ইয়র্কতে ৬৩০ জন। অঙ্গৰাজ্যখনত মুঠ ককোনা আক্রান্তৰ সংখ্যা এতিয়া প্রায় এক লাখ ১৩ হাজাৰ যি সমগ্ৰ ইতালিৰ আক্রান্তৰ প্রায় সমান। গতিকে পৰিস্থিতি আগন্তুক একৰ পৰা দুই সপ্তাহৰ ভিতৰত অধিক বেয়া ৰূপ ধাৰণ কৰিব পাৰে বুলি সতর্ক কৰিছে নিউ ইয়র্কৰ গভর্ন এন্ড্রু কুমোযে। অনাহাতে যুক্তৰাজ্যৰ মৃতকৰ সংখ্যা বাঢ়িছে চাৰি হাজাৰ ৩১৩ জনলৈ। একেদৰে দুই দিনত নিহতের সংখ্যা কমিছে ইউৰোপৰ দ্বিতীয় সর্বাধিক আক্রান্ত দেশ স্পেনত। এই সংখ্যা ৯৬১ জন ৰ কমি ৮০৯ জন হৈছে। এই পর্যন্ত বিশ্বত প্রায় ১২ লাখলোক কৰোনাত আক্রান্ত হৈছে। মৃত্যু হৈছে ৬৪ হাজাৰ ৬৫০ জনৰ।
                        


                
                
                
                
                
                
                

        
        
        
        
        

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
