১৯ মে' ২০২০, , আজিৰ শিৰোনাম

 

১৯ মে' ২০২০, আজিৰ শিৰোনাম

► অসমত আৰু ১৪জনৰ দেহত ধৰা পৰিল কোভিড–১৯ পজিটিভ ► উন্নয়ন চুপাৰ মাৰ্কেটৰ ব্যৱসায়ীৰ লগত প্ৰশাসনৰ কাৰ্যবাহী বিষয়াৰ আলোচনা, ৰাণা গোস্বামীৰ স্মাৰক পত্ৰ ৰাজ্যৰ সুদক্ষ ফুটবলাৰৰ অভিনৱ প্ৰতিবাদ ► বিদেশীৰ মুখত জনগণ মন আপ্লুত সহস্ৰজন ► ঈদৰ আনন্দত নিজকে পাহৰি নেযাবলৈ মুছলমানসমাজক সকীয়ালে বদৰউদ্দিন আাজমলে ► সম নগালেণ্ড সীমান্তৰ চণ্টকত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জনসাধাৰণ ► ধুবুৰীত বাছেৰে নিজামুদ্দিন মাৰ্কাজৰ ১৩জন লোক ► আহি আছে চুপাৰ চাইক্ল’ন আমফান! ► দীঘলীয়া হৈছে মুংৰুৰ সংস্পর্শলৈ অহা লোকৰ তালিকা ► উচ্চতম ন্যায়ালয়ত অৰ্ণৱ গোস্বামীৰ আবেদন খাৰিজ, চি বি আইলৈ হস্তান্তৰ নহয় গোচৰ