১৮ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো

১৮ মে' ২০২০ ইতিহাসৰ পাতত আজিৰ দিনটো

► আজি আন্তৰ্জাতিক এইডছ প্ৰতিশেধক দিৱস ।
► আজি আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস ।
► ১০৪৮ চনৰ আজিৰ দিনটোতে বিখ্যাত কবি, গণিতজ্ঞ আৰু জ্যোৰ্তিবিদ ওমৰ খায়মৰ জন্ম হৈছিল ।
► ১৮৭২ চনৰ আজিৰ দিনটোতে ইংৰাজ দাৰ্শনিক তথা সাহিত্যিক বাট্ৰ্ৰাণ্ড ৰাছেলৰ জন্ম হৈছিল ।
► ১৯৩৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ জন্ম হৈছিল ।
► ১৯৯৯ চনৰ আজিৰ দিনটোতে বিখ্যাত মাৰাঠী কবি তথা ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ পিতৃ অধ্যাপক ৰমেশ তেণ্ডুলকাৰৰ মৃত্যু হয় ।
► ২০০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ এল শাকধেৱৰ মৃত্যু হয় ।
► ১৯৭৪ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰাণত ভাৰতৰ প্ৰথম পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ সম্পন্ন ।
► ২০০১ চনৰ আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ কাৰ্যভাৰ গ্ৰহণ ।
► ২০১১ চনৰ আজিৰ দিনটোতে তৰুণ গগৈ একেৰাহে তৃতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰে ।
► ২০১৩ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া হিচাপে তৰুণ শইকীয়াৰ এভাৰেষ্ট বিজয় ।