দেশৰ শীৰ্ষ পৰ্যায়ৰ সাংবাদিক, অসম সন্তান অৰ্ণৱ গোস্বামীক আক্ৰমণ
দেশৰ শীৰ্ষ পৰ্যায়ৰ সাংবাদিক, অসম সন্তান অৰ্ণৱ গোস্বামীক নিশা আক্ৰমণ, কৰ্মস্থলীৰ পৰা গৃহাভিমুখে যোৱাৰ অৱস্থাত সাংবাদিক গৰাকীক আক্ৰমণ। সাংবাদিক গৰাকীৰ লগত সেই সময়ত পত্নীও আছিল।
সাংবাদিক গৰাকীয়ে ইয়াক ৰাজনৈতিক আক্ৰমণ বুলি অভিহিত কৰিছে।
 
                        


 aiidesh
                                    aiidesh                                 
                 
                 
                 
                 
                 
                 
                

 
 
 
 
 
 
 

 
         
         
 
 
         
         
         
         
         
         
         
 
         
         
         
 
         
         
         
         
								 
								 
 
								 
								 
 
								 
								 
								 
								
