মন্ত্ৰী যোগেনৰ মহন চেণিটাইজ্, খাদ্য সামগ্ৰীৰ বিতৰণ

মন্ত্ৰী যোগেনৰ মহন চেণিটাইজ্, খাদ্য সামগ্ৰীৰ বিতৰণ
মন্ত্ৰী যোগেনৰ মহন চেণিটাইজ্, খাদ্য সামগ্ৰীৰ বিতৰণ

মন্ত্ৰী যোগেন মহনে শিৱসাগৰৰ জিলা উপায়ুক্ত আৰু নাজিৰাৰ মহকুমাধিপতিৰ উপস্থিতিত আজি শিমলুগুৰি নগৰৰ পথ- পদপথ সমুহ চেণিটাইজ্ কৰাৰ লগতে বহু জনৰ খাদ্য সামগ্ৰীৰ বিতৰণ কৰে। কাৰ্যসূচীত সমাজকৰ্মী চিকিৎসক ডাঃ প্ৰৱীন কোঁৱৰ , দীগন্ত সন্দিকৈও উপস্থিত থাকে।