৯ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম

৯ মে' ২০২০, আজিৰ দিনটোৰ শিৰোণাম

► বাবৰি মচজিদ গোচৰৰ তিনি মাহত শুনানি সম্পূর্ণ কৰাৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ
► গুৱাহাটী আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস কণ্টেইনমেণ্ট জ’ন
► দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ হ’ব শূন্য শতাংশঃ ভয়াৱহ আগজাননী
► WHO - বিশ্বত কৰ’না ভাইৰাছ বিয়পোৱাত চীনৰ উহান বজাৰৰ ভূমিকা
► লকডাউনৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনা
► পুনৰ বন্ধ হ’ল সুৰা বিপণী
► অন্ধকাৰ ভৱিষ্যতৰ দিশে পদপথ ব্যৱসায়ী
► ল’ক ডাউনৰ মাজতে চাকৰি প্ৰাৰ্থীলৈ সুখবৰ-মেডিকেল,স্বাস্থ্য শিক্ষা সঞ্চালকাল,কৃষি বিশ্ব বিদ্যালয়,লাইভলীহোড মিছনত চাকৰি
► শিৱসাগৰৰ মুক্তিনাথ শিৱদৌলত দৈনিক অৰ্ধশতাধিক পাৰ চৰাইৰ কৰুণ মৃত্যু
► চৰকাৰী সাহায্য নোপোৱা অসহায় মহিলাৰ গৃহ নিৰ্মাণ তিমতিমীয়া ৰাইজৰ