জেমছ বন্ডৰ নায়িকা কৰোনামুক্ত, চিকিতসালয়ত ভৰ্তি নোহোৱাকৈ!

জেমছ বন্ডৰ নায়িকা কৰোনামুক্ত, চিকিতসালয়ত ভৰ্তি নোহোৱাকৈ!

বন্ড, জেমছ বন্ড।  হিৰো বন্ড গার্ল। ওলগা কুৰেলেনকোয়ে।মৃত্যুদূত ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰি জয় লাভ কৰিছে এই বন্ড গার্ল। তাকো আকৌ হাস্পপাতলত ভৰ্তি নোহোৱাকৈ, ঘৰতে থাকি থেকেই। অন্তত অভিনেত্রীএয়াই দাবী।