প্ৰাক্তন প্ৰধান মন্ত্ৰী ড° মনমোহন সিঙক এইমছত ভৰ্তি

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড° মনমোহন সিঙক এইমছত ভৰ্তি

প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা প্ৰাক্তন অসমৰ সাংসদ ড° মনমোহন সিঙক বুকু বিষজনিত কাৰণত এইমছত ভৰ্তি কৰা হয় বুলি কংগ্ৰেছৰ প্ৰবক্তা জয়বীৰ শেৰগীলে টুইটযোগ জানিবলৈ দিয়ে । পবক্তাগৰাকীয় ড° সিং অতি সোনকালে সুস্থ হোৱাৰ কামনা কৰে। উল্লেখ্য যে তেওঁ ২০০৪ৰ পৰা ২০১৪ লৈকে ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল। তেওঁ হাবাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে কাম কৰাৰ লগতে বিশ্ব বেংকৰ  অৰ্থনীতিবীদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।